অহা সপ্তাহত এন এছ চি এন( আই এম)ৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নিৰ্বাচন

অহা সপ্তাহত এন এছ চি এন( আই এম)ৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নিৰ্বাচন
  • অহা সপ্তাহত হ'ব এন এছ চি এন( আই এম) ৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নিৰ্বাচন।
  • দীৰ্ঘদিনৰ পৰা খালী হৈ আছে দুয়োটা পদ।
  • খালী পদ পূৰণৰ পিছতে হ'ব ভাৰত চৰকাৰৰে চূড়ান্ত চুক্তি।
  • ইশ্বাক ছিছি শ্বুৰ মৃত্যুৰ পিছত খালী হৈছিল অধ্যক্ষৰ পদটো।
  • আনহাতে, খুলে কন্যাকৰ মৃত্যুৰ পিছত খালী হৈছিল উপাধ্যক্ষৰ পদ।
  • এন এছ চি এন( আই এম)ৰ সংবিধান মতে অনুষ্ঠিত হ'ব দুয়োটা পদৰ নিৰ্বাচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in