শেহতীয়া খবৰ
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা হ’ব ক’ৰ কমিটী...  •  তামুলপুৰত নৈৰ বাঢ়নী পানীত থিয় হৈ ৰাইজৰ প্ৰতিবাদ...  •  গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা...  •  সোণৰ মাস্কৰ পাছত এইবাৰ বজাৰত হীৰাৰ মাস্কঃ দাম ৪লাখ টকা...  •  হৰ্ছ ট্ৰেডিঙেই কাল হ’ল ৰাজস্থানৰ দুই বিজেপি নেতাৰ  •  ১০০বছৰৰ ভিতৰত কোৰোনা হৈছে সবাতোকৈ ভয়ংকৰ স্বাস্থ্য আৰু আৰ্থিক সংকটঃ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ…  •  কোৰোনাতকৈ ভয়ংকৰ! প্ৰতিদিনে মৃত্যু হ'ব ১২হাজাৰ লোক, আহি আছে 'হাংগাৰ ভাইৰাছ'...  •  প্ৰসঙ্গঃ কাণপুৰ এনকাউন্টাৰ, পুনৰ দুজন আটক  •  কলাইগাঁৱৰ শিক্ষয়ত্ৰী হত্যাকাৰীক শাস্তিৰ দাৱী অসম সাহিত্য সভাৰ...  •  চৰাইদেউৰ চফ্ৰাইত মহিলাৰ মৃতদেহ উদ্ধাৰ

এনএছচিএনৰ সুকীয়া পতাকা-সংবিধানৰ দাবী মানি ল’লে ভাৰত চৰকাৰেঃ ১৫ নবেম্বৰ পূৰ্বে স্বাক্ষৰিত হ’ব চূড়ান্ত নগা চুক্তি…

1,217

ডিজিটেল সংবাদ, ৱাখাঃ বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত ভাৰত চৰকাৰ আৰু এন এছ চি এন আই এমৰ মাজৰ আলোচনাত নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধান দাবী মানি লোৱা বুলি জানিব পৰা গৈছে। তদুপৰি ভাৰত চৰকাৰে ২২ বছৰীয়া নগা ৰাজনৈতিক সমস্যা সমাধানৰ চূড়ান্ত চুক্তি অহা ১৫ নবেম্বৰ পূৰ্বে স্বাক্ষৰ কৰিবলৈ সন্মত হৈছে।

বৃহস্পতিবাৰৰ আলোচনা সম্পৰ্কে এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভাই শুকুৰবাৰে চূড়ান্ত চুক্তিৰ স্বাক্ষৰ বাবে সাজু হ’ব পৰাকৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বুলি জানিবলৈ দিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি