শেহতীয়া খবৰ
ৰাজ্যত পুনৰ কোভিড-১৯ত আক্ৰান্ত এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ...  •  বিশ্বনাথত কোভিড ৱাৰ্ডত কাম কৰা এগৰাকী নাৰ্ছৰ দেহত কোৰোনা...  •  কোকৰাঝাৰত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১০ জনলৈ বৃদ্ধি...  •  অখিল গগৈৰ মুক্তিৰ দাবীত গোৱালপাৰাত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ...  •  অখিল গগৈ কোভিড পজিটিভ, ভৰ্তি কৰা হ’ব জিএমচিএইচত...  •  বিধায়ক বলিন চেতিয়াৰ সংস্পৰ্শলৈ অহা সাংসদ প্ৰদান বৰুৱাক কোৱাৰেন্টাইন...  •  কৃষ্ণাইত শ্ৰীকান্ত ৰাভাৰ স্মৃতিত ‘পঢ়ুৱৈৰ আড্ডা’...  •  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা হ’ব ক’ৰ কমিটী...  •  তামুলপুৰত নৈৰ বাঢ়নী পানীত থিয় হৈ ৰাইজৰ প্ৰতিবাদ...  •  গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা...

অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল…

643
  • অসমবাসীৰ প্ৰতিবাদৰ ওচৰত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে।
  • বিক্ৰী নহয় নুমলীগড় তেল শোধনাগাৰ।
  • কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰিছে সিদ্ধান্ত।
  • কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় কেবিনেটত নুমলীগড় তেল শোধনাগাৰ বিক্ৰী নকৰাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।
  • তেল শোধনাগাৰটো বিক্ৰী কৰাৰ কথা ওলোৱাৰে পৰা ৰাজ্যজুৰি প্ৰতিবাদ হৈছিল।
  • ইফালে নীপকো, বিপিচিএল বিক্ৰী হ’ব বুলি জানিব পৰা গৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি