নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি

নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি
  • নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি
  • কেবিনেট কমিটী অন ইক'নমিক এফেয়াৰ্ছৰ অনুমোদন।
  • এন আৰ এলৰ উত্পাদন ক্ষমতা বৃদ্ধিৰ বাবে ধাৰ্য কৰা হৈছে এই ধনৰাশি।
  • বছৰি ৩ ৰ পৰা ৯ মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধি হ'ব উত্পাদন।
  • পাৰাদীপৰ পৰা নুমলীগড়লৈ স্থাপন কৰা হ'ব পাইপলাইন।
  • নুমলীগড়ৰ পৰা শিলিগুৰিলৈ হ'ব এন আৰ এলৰ পাইপলাইন।
  • ৪৮ মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in