আজিৰে পৰা এন আৰ চিৰ শুদ্ধিকৰণ প্ৰক্ৰিয়া

আজিৰে পৰা এন আৰ চিৰ শুদ্ধিকৰণ প্ৰক্ৰিয়া
  • আজিৰে পৰা আৰম্ভ এন আৰ চিৰ শুদ্ধিকৰণ প্ৰক্ৰিয়া।
  • এন আৰ চিৰৰ খচৰাত ভুলকৈ অহা নাম তথা অন্যান্য বিসংগতি অনলাইনযোগে শুধৰণি কৰিব পাৰিব প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে।
  •  www.nrcassam.nic.in. ৱেবছাইটযোগে কৰিব পাৰিব শুদ্ধিকৰণৰ আৱেদন।
  • লগতে পুৱা ১০ বজাৰ পৰা প্ৰতিটো সেৱা কেন্দ্ৰত ৰাইজে জমা কৰিব পাৰিব শুদ্ধিকৰণৰ আৱেদন।
  • ৩১ জানুৱাৰীলৈ অব্যাহত থাকিব এই প্ৰক্ৰিয়া।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in