কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা

কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা
  • কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা।
  • এন আৰ চি সেৱা কেন্দ্ৰত উপলব্ধ হ'ব এই তালিকা।
  • তালিকাত অন্তৰ্ভূক্ত হ'ব এন আৰ চিত বাদ পৰা লোকসকল।
  • ইফালে মনোনীত এন আৰ চিৰ সেৱা কেন্দ্ৰৰ লগতে এই তালিকা উপলব্ধ হ'ব উপায়ুক্ত আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত।
  • অনলাইনযোগেও লাভ কৰিব এই তালিকা।
  • www.nrcassam.nic.inত কোনো লোকে দেখিবলৈ পাব এই তালিকা।
  • ৩১ জুলাইত সম্পূৰ্ণ এন আৰ চি প্ৰকাশ পাব।
  • বুধবাৰে প্ৰকাশ পাব লগা তালিকাত নাথাকে দাবী আৰু আপত্তি নিষ্পত্তিৰ ফলাফল।
  • উল্লেখ্য যে, বুধবাৰে প্ৰকাশ পাব লগা তালিকাত নাম অন্তৰ্ভূক্ত নোহোৱা সকলো লোকলৈ জাননী প্ৰেৰণ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in