মেঘালয়ত বিজেপিৰ সংগ এৰিব এন পি পিয়ে!

ফাইল ফটো
ফাইল ফটো
  • লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছতেই মেঘালয়ৰ ৰাজনীতিত তোলপাৰ৷
  • বিধেয়কখন গৃহীতকৰণৰ বাবে বিজেপিৰ তৎপৰতাক লৈ ক্ষুণ্ণ হৈ পৰিছে মিত্ৰদল এন পি পি৷
  • এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই৷
  • বিজেপিৰ সৈতে মিত্ৰতা থাকিব নে নাই এই সন্দৰ্ভত অচিৰেই পুনৰীক্ষণ বৈঠক আয়োজন কৰা হ'ব৷
  • ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভতো সিদ্ধান্ত ল'ব বুলি সংবাদ মাধ্যমৰ সন্মুখত মত প্ৰকাশ মুখ্যমন্ত্ৰীগৰাকীৰ৷
  • বিধেয়কখন গৃহীত হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি আখ্যা দিলে কনৰাড চাংমাই৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in