লোকসভাত ওলোটা খৰ এন পি পিৰ! কেবলৈ সমৰ্থন আগাথা ছাংমাৰ… VIDEO

লোকসভাত ওলোটা খৰ এন পি পিৰ! কেবলৈ সমৰ্থন আগাথা ছাংমাৰ… VIDEO
  • এন পি পিয়ে কেবৰ বিৰোধিতা কৰি আহিছিল।
  • কিন্তু মেঘালয়ৰ এন পি পি সাংসদ আগাথা ছাংমাই কেবৰ সমৰ্থন কৰে।
  • উল্লেখযোগ্য যে, এন পি পি নেতা তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাই কেবৰ বিৰোধিতা কৰিছিল।
  • লক্ষণীয়ভাৱে লোকসভাত কেবক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে সাংসদগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in