অসমৰ ১৪ টা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এন পি পিয়ে…

অসমৰ ১৪ টা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এন পি পিয়ে…
  • গুৱাহাটী প্ৰেছ ক্লাৱত এন পি পিৰ সংবাদমেল।
  • অসমৰ ১৪ টা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
  • ২২ অথবা ২৩ মাৰ্চত প্ৰকাশ পাব চূড়ান্ত তালিকা।
  • এন পি পিয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
  • উত্তৰ-পূবৰ ২৫খন আসনতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব দলটোৱে।
  • কমেও ১০খন আসন পোৱাৰ আশা দলটোৰ আৰু অসমত ৫খন আসন পোৱাৰ দাবী এন পি পিৰ।
  • উত্তৰ-পূবক এক কৰা, ঔদ্যোগিক উন্নয়নত, দক্ষতা বিকাশ আৰু নিবনুৱা সমস্যা সমাধান কৰাত গুৰুত্ব দলটোৰ।
  • ভৱিষ্যতে কেবৰ বিৰোধিতা কৰি যাব দলটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in