শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

অসমৰ ১৪ টা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এন পি পিয়ে…

572
  • গুৱাহাটী প্ৰেছ ক্লাৱত এন পি পিৰ সংবাদমেল।
  • অসমৰ ১৪ টা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
  • ২২ অথবা ২৩ মাৰ্চত প্ৰকাশ পাব চূড়ান্ত তালিকা।
  • এন পি পিয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
  • উত্তৰ-পূবৰ ২৫খন আসনতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব দলটোৱে।
  • কমেও ১০খন আসন পোৱাৰ আশা দলটোৰ আৰু অসমত ৫খন আসন পোৱাৰ দাবী এন পি পিৰ।
  • উত্তৰ-পূবক এক কৰা, ঔদ্যোগিক উন্নয়নত, দক্ষতা বিকাশ আৰু নিবনুৱা সমস্যা সমাধান কৰাত গুৰুত্ব দলটোৰ।
  • ভৱিষ্যতে কেবৰ বিৰোধিতা কৰি যাব দলটোৱে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি