মণিপুৰত বিজেপি চৰকাৰক সমৰ্থন দিব এনপিপিয়ে, অমিত শ্বাহক কথা দিলে ৪ বিধায়কে…

মণিপুৰত বিজেপি চৰকাৰক সমৰ্থন দিব এনপিপিয়ে, অমিত শ্বাহক কথা দিলে ৪ বিধায়কে…
  • নতুন দিল্লীত প্ৰায় অৱসান হোৱাৰ পথত মণিপুৰৰ ৰাজনৈতিক অস্থিৰতা।
  • অমিত শ্বাহৰ সৈতে এনপিপিৰ নেতৃত্ব আৰু বিষম্বাদী চাৰি মন্ত্ৰীৰ বৈঠক।
  • এনপিপিয়ে সমৰ্থন দিব বিজেপি চৰকাৰক।
  • অমিত শ্বাহৰ সন্মুখত সেই প্ৰতিশ্ৰুতি এনপিপিৰ বিধায়কৰ ।
  • বিজেপিৰ তিনি বিধায়ককে ধৰি মণিপুৰত ৯ বিধায়কে সমৰ্থন প্ৰত্যাহাৰ কৰিছিল বীৰেন সিং চৰকাৰৰ পৰা।
  • তাৰপাছতে মণিপুৰত সৃষ্টি হৈছিল ৰাজনৈতক অস্থিৰতা।
  • হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হোৱা বৈঠকত এনপিপৰ সহমতৰ পাছতে অন্ত পৰাৰ পথত এতিয়া মণিপুৰৰ ৰাজনৈতক সংকট।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in