শেহতীয়া খবৰ
ধাৰাসাৰ বৃষ্টিপাতঃ গুৱাহাটী মহানগৰ ডুবিল কৃত্ৰিম বানত...  •  নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন...  •  সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ...

মণিপুৰত বিজেপি চৰকাৰক সমৰ্থন দিব এনপিপিয়ে, অমিত শ্বাহক কথা দিলে ৪ বিধায়কে…

366
  • নতুন দিল্লীত প্ৰায় অৱসান হোৱাৰ পথত মণিপুৰৰ ৰাজনৈতিক অস্থিৰতা।
  • অমিত শ্বাহৰ সৈতে এনপিপিৰ নেতৃত্ব আৰু বিষম্বাদী চাৰি মন্ত্ৰীৰ বৈঠক।
  • এনপিপিয়ে সমৰ্থন দিব বিজেপি চৰকাৰক।
  • অমিত শ্বাহৰ সন্মুখত সেই প্ৰতিশ্ৰুতি এনপিপিৰ বিধায়কৰ ।
  • বিজেপিৰ তিনি বিধায়ককে ধৰি মণিপুৰত ৯ বিধায়কে সমৰ্থন প্ৰত্যাহাৰ কৰিছিল বীৰেন সিং চৰকাৰৰ পৰা।
  • তাৰপাছতে মণিপুৰত সৃষ্টি হৈছিল ৰাজনৈতক অস্থিৰতা।
  • হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হোৱা বৈঠকত এনপিপৰ সহমতৰ পাছতে অন্ত পৰাৰ পথত এতিয়া মণিপুৰৰ ৰাজনৈতক সংকট।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি