শেহতীয়া খবৰ
আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল থুনলাই নাৰ্জাৰী...  •  আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল থুনলাই নাৰ্জাৰী...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  বঙাইগাঁও-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ কৰি দিলে গধূৰ যান-বাহনৰ চলাচল...  •  কংগ্ৰেছলৈ উভতি আহিছে বিধায়ক ৰামালিংগা ৰেড্ডী  •  বৃহস্পতিবাৰে বিধানসভাত বিশ্বাস ভোটত অবতীৰ্ণ হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীঃ বিসম্বাদী বিধায়কক দলৰ বিৰুদ্ধে নাযাবলৈ সকিয়নী  •  অভয়াপুৰী মালেগড়ত পানীৰ সোঁতে উটুৱাই নিলে এজনক  •  শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ সক্ৰিয় দালাল চক্ৰ , দুদিনৰ ভিতৰত ২ বাৰ ৰক্তদান কৰি গ্ৰেপ্তাৰ দালাল...  •  বান-গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে নতুনকৈ ৩০ কোটি টকাৰ আচঁনি ঘোষণা, চামগুৰিৰ লাওখোৱাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত...

নগা পিপলছ ফ্ৰণ্টৰ দুই বিধায়কৰ এন ডি পি পি দলত যোগদান

47

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ বিৰোধী দল নগা পিপলছ ফ্ৰণ্টৰ দুই বিধায়কে বৃহস্পতিবাৰে নেইফিঅ ৰিঅৰ নেতৃত্বাধীন শাসনাধীস্থ এন ডি পি পি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । এন ডি পি পি দলৰ মুখপাত্ৰ মেৰেণটছি আৰ জমিৰে জানিবলৈ দিয়ামতে এন ডি পি পিত যোগ দিয়া এনপি এফৰ বিধায়ক দুজন হৈছে এল খুমে আৰু ইনাটিবা ।

এন ডি পি পি দলত যোগদান কৰাৰ সন্দৰ্ভত কয় যে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ” ৰিঅ’ আৰু বিজেপিৰ উপ-মুখ্যমন্ত্ৰী ৱাই পাটনৰ শক্তিশালী নেতৃত্বত এখন স্থিৰ চৰকাৰৰ স্বাৰ্থৰ বাবে তেঁওলোকে এনেদৰে এন ডি পি পিত যোগদান কৰে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি