শেহতীয়া খবৰ
ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...  •  ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী...  •  বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা...  •  উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ...  •  গৰৈমাৰী-সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত 'সাংবাদিকৰ সজাগতা যাত্ৰা'...

ইতিহাসত প্ৰথমবাৰৰ বাবে পেট্ৰ’লকৈ ডিজেলৰ দাম হ’ল অধিক…

386

ডিজিটেল ডেস্কঃ বিগত দিনত ধাৰাবাহিকভাৱ বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰায় ১৭টা দিনৰ মূল্যবৃদ্ধিৰ অন্তত বুধবাৰে পেট্ৰ’লৰ মূল্য বৃদ্ধি হোৱা নাই যদিও প্ৰতিলিটাৰ ডিজেলত ৪৮ পইচাকৈ বৃদ্ধি পালে। উল্লেখ্যনীয় কথাটো হ’ল যে, ইতিহাসত প্ৰথমবাৰৰ বাবে পেট্ৰ’লতকৈ ডিজেলৰ মূল্য বৰ্তমান অধিক। বুধবাৰৰ দিনটোত দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭৯.৭৬টকাৰ বিপৰীতে ডিজেল প্ৰতিলিটাৰত মূল্য হৈছেগৈ ৭৯.৮৮টকা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি