শেহতীয়া খবৰ
নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...

মাত্ৰ ১৯৪টকাত চিলিণ্ডাৰ!…

14,424

ডিজিটেল ডেস্কঃ পুৱাৰ ভাগতে আপুনি কিছু সকাহ পাব পৰা এটা খবৰ দিবলৈ ওলাইছো। এতিয়া পৰা আপুনি এটা চিলিণ্ডাৰ ১৯৪টকাতে ক্ৰয় কৰিব পাৰিব। আচৰিত হলেওঁ, এটা বিশেষ প্ৰক্ৰিয়াৰে এই অফাৰ আপুনিও লাভ কৰিব পাৰে।

দৰাচলতে অনলাইন পেমেন্ট কোম্পানী Paytmৱে শেহতীয়াকৈ গ্ৰাহকসকলৰ বাবে মুকলি কৰিছে এই বিশেষ অফাৰ। এই অফাৰৰ জৰিয়তে Paytmৰ যোগেদি যদি কোনো এজন গ্ৰাহকে চিলিণ্ডাৰ বুকিং কৰে তেন্তে সেই গ্ৰাহকজনে লাভ কৰিব পাৰে ৫০০টকাৰ কেছবেক।

এই কেছবেকৰ সুবিধা লাভ কৰিবলৈ গ্ৰাহকে প্ৰথমে PaytM ৰ জৰিয়তে Recharge & Pay Billsলৈ গৈ তাত থকা Book a cylinderত ক্লিক কৰিব লাগিব। ইয়াত গ্ৰাহকে পেমেন্ট কৰা পূৰ্বে FIRSTLPG প্ৰম কডো ভৰাব লাগিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি