ফাইল ফটো
ফাইল ফটো

২ ঘন্টাৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দি চিদাম্বৰমৰ বাসভৱনৰ সন্মুখত নটিছ চিবিআইৰ

  • প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী তথা কংগ্ৰেছ নেতা পি চিদাম্বৰামক চি বি আইৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ।
  • চি বি আইৰ অনুসন্ধানকাৰী বিষয়া আৰ পাৰ্থসাৰথীয়ে দিলে এই নিৰ্দেশ।
  • জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ ঘৰত আই এন এক্স মেডিয়া গোচৰত উপস্থিত হৈছিল চি বি আই আৰু ই ডিৰ দল।
  • নেতাগৰাকীক নাপাই বাসভৱনৰ সন্মুখত নটিছ চিবিআইৰ।
  • নটিছ লাভ কৰাৰ দুঘন্টাৰ ভিতৰতে নেতাগৰাকীক চি বি আইৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।
  • উল্লেখ্য যে, পি চিদাম্বৰমৰ অগ্ৰীম জামিন আৱেদন নাকচ কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in