শেহতীয়া খবৰ
আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান  •  পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন, শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থান...  •  মেঘালয়ত পুনৰ ৩ নাইজেৰিয়ান আৰক্ষীৰ জালত , এতিয়ালৈকে ১৭ জনক গ্ৰেপ্তাৰ...

২ ঘন্টাৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দি চিদাম্বৰমৰ বাসভৱনৰ সন্মুখত নটিছ চিবিআইৰ

810
  • প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী তথা কংগ্ৰেছ নেতা পি চিদাম্বৰামক চি বি আইৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ।
  • চি বি আইৰ অনুসন্ধানকাৰী বিষয়া আৰ পাৰ্থসাৰথীয়ে দিলে এই নিৰ্দেশ।
  • জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ ঘৰত আই এন এক্স মেডিয়া গোচৰত উপস্থিত হৈছিল চি বি আই আৰু ই ডিৰ দল।
  • নেতাগৰাকীক নাপাই বাসভৱনৰ সন্মুখত নটিছ চিবিআইৰ।

  • নটিছ লাভ কৰাৰ দুঘন্টাৰ ভিতৰতে নেতাগৰাকীক চি বি আইৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।
  • উল্লেখ্য যে, পি চিদাম্বৰমৰ অগ্ৰীম জামিন আৱেদন নাকচ কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি