১৪ সমষ্টিত নোটাৰ ভোটৰ সংখ্যা…

১৪ সমষ্টিত নোটাৰ ভোটৰ সংখ্যা…
  • ৰাজ্যৰ ১৪টা সমষ্টিত মুঠ নোটা ভোটৰ সংখ্যা হৈছে ১,৭৭,৯০১টা।
  • ডিফু লোকসভা সমষ্টিত ৮১৯৪টা নোটা ভোট।
  • বৰপেটাত মুঠ নোটা ভোটৰ সংখ্যা ৯৭১২।য
  • ধুবুৰীত ১৯৭৮টা নোটা ভোট।
  • ডিব্ৰুগড়ত ২১,২৮৮টা নোটা ভোট।
  • গুৱাহাটীত ১০৪৩৭টা নোটা ভোট।
  • যোৰহাটত ১২,৫৬৯টা ভোট নোটাৰ।
  • কলিয়াবৰত ১৫,৮৪৫টা নোটা ভোট।
  • কৰিমগঞ্জত ৬৫৫৫টা নোটাৰ ভোট।
  • কোকৰাঝাৰত ১৫৯৯১টা নোটা ভোট।
  • লখিমপুৰৰত ১৫১৪৭টা নোট ভোট।
  • মঙলদৈত ১৮২৫৮টা নোটা ভোট।
  • নগাঁৱত ১০৭৫৪টা নোটা ভোট।
  • শিলচৰত মুঠ নোটা ভোট ৮৫৪৭টা।
  • তেজপুৰত ১৫৬২৬টা নোটা ভোট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in