হিমন্ত বিশ্ব শৰ্মাৰ অভয়বানী : অসমত নহয় লকডাউন…

হিমন্ত বিশ্ব শৰ্মাৰ অভয়বানী : অসমত নহয় লকডাউন…
  • অসমত পুনৰ লকডাউন নহয় এই অভয়বানী হিমন্ত বিশ্ব শৰ্মাৰ ।
  • কোভিডেই নাই, ক'ৰ পৰা হ'ব লকডাউন । গতিকে অসমত লকডাউনৰ প্ৰশ্নই নুঠে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।
  • সাংবাদিকে এক নিৰ্বাচনী প্ৰচাৰ সভাত অসমত পুনৰ লকডাউন হ'ব নে বুলি প্ৰশ্ন কৰিছিল ।
  • ২৩ মাৰ্চত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে মুখ্য সচিবলৈ প্ৰেৰণ কৰিছিল এক নিৰ্দেশনা ।
  • স্বাস্থ্য মন্ত্ৰনালয়ে উতসৱ -পাৰ্বনত স্থানীয় নিষেধাজ্ঞাৰ পৰামৰ্শ প্ৰদান কৰিছিল ।
  • দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in