‘কা’ৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ…

‘কা’ৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ…
  • সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ।
  • বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ সমাজে সাব্যস্ত কৰিছে প্ৰতিবাদ।
  • কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ বহুকেইখন শিক্ষানুষ্ঠানত ৰূপায়ন কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী।
  • লখিমপুৰৰ অগ্ৰণী শিক্ষানুষ্ঠান উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ মুখ্যদ্বাৰতো প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে।
  • শ শ শিক্ষাৰ্থীৰ অংশগ্ৰহণৰে কা বাতিলৰ দাবীত উত্তাল পৰিৱেশ।
  • উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ আৰ্হ্বানমৰ্মে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে শিক্ষাৰ্থীসকলে।
  • দিনৰ ৯ বজাৰ পৰা ১১ বজালৈ এই অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in