উত্তৰ গুৱাহাটীত চুৰিকাণ্ড, সোণৰ গহণাসহ বহু মূল্যবান সা-সামগ্ৰী নিলে লুটি…

উত্তৰ গুৱাহাটীত চুৰিকাণ্ড, সোণৰ গহণাসহ বহু মূল্যবান সা-সামগ্ৰী নিলে লুটি…
  • উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত চোৰৰ লুটপাত।
  • নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ লুটপাত।
  • কমলেশ্বৰ কলিতা নামৰ লোকজনৰ ঘৰত চুৰিকাণ্ড সংঘটিত।
  • চোৰে লৈ গ'ল সোণৰ গহনাসহ মূল্যৱান সা-সামগ্রী।
  • নিশা গ্রীল ভাঙি বাসগৃহটোত প্রৱেশ কৰে চোৰে।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in