শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

উত্তৰ গুৱাহাটীত চুৰিকাণ্ড, সোণৰ গহণাসহ বহু মূল্যবান সা-সামগ্ৰী নিলে লুটি…

149
  • উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত চোৰৰ লুটপাত।
  • নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ লুটপাত।
  • কমলেশ্বৰ কলিতা নামৰ লোকজনৰ ঘৰত চুৰিকাণ্ড সংঘটিত।
  • চোৰে লৈ গ’ল সোণৰ গহনাসহ মূল্যৱান সা-সামগ্রী।
  • নিশা গ্রীল ভাঙি বাসগৃহটোত প্রৱেশ কৰে চোৰে।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি