উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ বালি চৰত ডাম্পাৰৰ চেপাত মৃত্যু যুৱকৰ

উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ বালি চৰত ডাম্পাৰৰ চেপাত মৃত্যু যুৱকৰ
  • উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ বালি চৰত সংঘটিত হৈছে অঘটন।
  • ডাম্পাৰৰ চেপাত মৃত্যু যুৱকৰ।
  • বালি খান্দি থকা সময়তে ডাম্পাৰৰ সৈতে পৰি যায় এজন যুৱক।
  • ২০ ফুট দ খাৱৈত ডাম্পাৰৰ সৈতে যুৱকজন পৰি যোৱাৰ পিছতে নিহত হয়।
  • যুৱকজন উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ সুমন দাস(২২)।
  • নিশা সেই স্থানত কোনো নথকাৰ বাবে তেনেকৈয়ে পৰি ৰয় যুৱকজন।
  • পুৱাহে একাংশ লোকে তেওঁক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in