শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

আজি নৰ্থ-ইষ্ট ইউনাইটেড এফ চি মুখামুখি হ’ব বেংগালুৰু এফ চিৰ…

691
  • ছেমি ফাইনেলৰ দ্বিতীয় লীগৰ খেলত আজি নৰ্থ-ইষ্ট ইউনাইটেড এফ চি মুখামুখি হ’ব বেংগালুৰু এফ চিৰ।
  • বেংগালুৰুৰ কান্তিৰাবা ষ্টেডিয়ামত হ’ব এই খেলখন।
  • সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’‍ব খেলখন।
  • সৰুসজাইত অনুষ্ঠিত ছেমিৰ প্ৰথম লীগৰ মেচত NEUFCৰ হাতত ২-১ গ’লত পৰাস্ত হৈছিল বেংগালুৰু।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি