আজি নৰ্থ-ইষ্ট ইউনাইটেড এফ চি মুখামুখি হ’ব বেংগালুৰু এফ চিৰ…

আজি নৰ্থ-ইষ্ট ইউনাইটেড এফ চি মুখামুখি হ’ব বেংগালুৰু এফ চিৰ…
  • ছেমি ফাইনেলৰ দ্বিতীয় লীগৰ খেলত আজি নৰ্থ-ইষ্ট ইউনাইটেড এফ চি মুখামুখি হ'ব বেংগালুৰু এফ চিৰ।
  • বেংগালুৰুৰ কান্তিৰাবা ষ্টেডিয়ামত হ'ব এই খেলখন।
  • সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ'‍ব খেলখন।
  • সৰুসজাইত অনুষ্ঠিত ছেমিৰ প্ৰথম লীগৰ মেচত NEUFCৰ হাতত ২-১ গ'লত পৰাস্ত হৈছিল বেংগালুৰু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in