কাৰ্বি আংলঙত বান পৰিস্থিতি শোচনীয়…

কাৰ্বি আংলঙত বান পৰিস্থিতি শোচনীয়…
  • কোৰোনাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে বানপানীৰ সমস্যাই।
  • ৰাজ্যৰ ১১খন জিলাত ৩লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে বানত।
  • কাৰ্বিআংলঙত বাঢ়নী পানীৰ তলত বহু গাঁও।
  • কিছুদিন ধৰি হৈ থকা বৃষ্টিপাতৰ ফলত কাৰ্বিআংলঙত বানপানীৰ সমস্যাই দেখা দিছে।
  • কাৰ্বিআংলঙৰ বাট-পথ বুৰিছে বাঢ়নী পানীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in