ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডক লৈ উত্তপ্ত নুনমাটি…

ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডক লৈ উত্তপ্ত নুনমাটি…
  • যোৱা শুকুৰবাৰে গুৱাহাটীৰ নুনমাটিত দিন দুপৰতে ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডক লৈ উত্তপ্ত নুনমাটি।
  • শনিবাৰে পুৱাৰে পৰা উক্তস্থানত টি এম পি কেৰ লগতে বহুলোকৰ প্ৰতিবাদ।
  • দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী শতাধিক প্ৰতিবাদকাৰীৰ।
  • নুনমাটি থানাৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।
  • উল্লেখ্য যে, এটা সামান্য কথাতে তৰ্কা-তকি সৃষ্টি হৈ হানি-খুচি হত্যা কৰা হৈছিল ঋতুপৰ্ণ পেগুক।
  • নুনমাটি আৰমান ফাৰ্ণিচিং নামৰ দোকানখনৰ সন্মুখত সংঘটিত হৈছিল এই কাণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in