নুনমাটি থানাত নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ বিৰুদ্ধে বিজেপিৰ আইনী কোষৰ গোচৰ…

নুনমাটি থানাত নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ বিৰুদ্ধে বিজেপিৰ আইনী কোষৰ গোচৰ…
  • নুনমাটি থানাত নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপিৰ আইনী কোষৰ।
  • IPCৰ 380/171(G)ধাৰাৰ 175/19 নম্বৰত গোচৰ ৰুজু।
  • শনিবাৰে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত সোমাইছিল উপমন্যু হাজৰিকা।
  • তাৰ পিছত বিজেপিৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত মন্তব্য।
  • বিজেপিৰ কাৰ্যালয়ত এজনো মানুহ নাই বুলি সমালোচনা কৰিছিল হাজৰিকাই।
  • 'খিলঞ্জীয়াক অবজ্ঞা কৰিলে এনেকুৱাই হয়।'– ফেচবুক লাইভযোগে এই মন্তব্য কৰিছিল উপমন্যু হাজৰিকাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in