শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

মহানগৰীৰ নুনমাটিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, গ্ৰেপ্তাৰ ৭

197
  • মহানগৰীৰ নুনমাটিৰ গোপাল নগৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
  • আৰক্ষীৰ অভিযানত জব্দ হৈছে ২৪ গ্ৰাম হিৰ’ইন।
  • লগতে গ্ৰেপ্তাৰ কৰা হৈছে ৭ জন লোকক।
  • গ্ৰেপ্তাৰ কৰা অভিযুক্ত ৭ জন হৈছে- ৰঞ্জিত বড়ো, ভাস্কৰ ফুকন, সুনম পাল, সঞ্জয় সিংহানি, ভিগু বৰদলৈ, মৃদুল কলিতা, মিঙ্গমণি ডেকা।
  • নুনমাটি আৰক্ষী থানাৰ আৰক্ষী বিষয়া গৌৰৱ জ্যোতি মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান।
  • গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল এই অভিযান।
  • বৰ্তমান ৭ অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
  • সঞ্জয় সিংহানিৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আটাইকেইজন অভিযুক্তক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি