মহানগৰীৰ নুনমাটিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, গ্ৰেপ্তাৰ ৭

মহানগৰীৰ নুনমাটিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, গ্ৰেপ্তাৰ ৭
  • মহানগৰীৰ নুনমাটিৰ গোপাল নগৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
  • আৰক্ষীৰ অভিযানত জব্দ হৈছে ২৪ গ্ৰাম হিৰ'ইন।
  • লগতে গ্ৰেপ্তাৰ কৰা হৈছে ৭ জন লোকক।
  • গ্ৰেপ্তাৰ কৰা অভিযুক্ত ৭ জন হৈছে- ৰঞ্জিত বড়ো, ভাস্কৰ ফুকন, সুনম পাল, সঞ্জয় সিংহানি, ভিগু বৰদলৈ, মৃদুল কলিতা, মিঙ্গমণি ডেকা।
  • নুনমাটি আৰক্ষী থানাৰ আৰক্ষী বিষয়া গৌৰৱ জ্যোতি মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান।
  • গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল এই অভিযান।
  • বৰ্তমান ৭ অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
  • সঞ্জয় সিংহানিৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আটাইকেইজন অভিযুক্তক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in