প্ৰতীকি ফটো
প্ৰতীকি ফটো

দিন-দুপৰতে নুনমাটিত মহিলাক হত্যাৰ চেষ্টা…

  • মহানগৰীৰ নুনমাটিত চাঞ্চল্যকৰ ঘটনা।
  • দিন-দুপৰতে এগৰাকী মহিলা হানি-খুচি হত্যাৰ চেষ্টা।
  • দোকানৰ পৰা সামগ্রী ক্রয় কৰা অৱস্থাতে মহিলাগৰাকীক হত্যাৰ চেষ্টা।
  • ঘটনা সংঘটিত কৰা যুৱকজনক কৰায়ত্ত কৰে একাংশ স্থানীয় লোকে।
  • ইফালে, হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে মহিলাগৰাকীক।
  • ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীৰ আৰম্ভ কৰিছে তদন্ত।
  • আঘাতপ্রাপ্ত মহিলাগৰাকীৰ ঘৰ নুনমাটি শালবাৰী নিজৰাপাৰত বুলি জানিব পৰা গৈছে।
  • আক্রমণকাৰী যুৱকজনৰ ঘৰো নুনমাটিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in