শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

দিন-দুপৰতে নুনমাটিত মহিলাক হত্যাৰ চেষ্টা…

289
  • মহানগৰীৰ নুনমাটিত চাঞ্চল্যকৰ ঘটনা।
  • দিন-দুপৰতে এগৰাকী মহিলা হানি-খুচি হত্যাৰ চেষ্টা।
  • দোকানৰ পৰা সামগ্রী ক্রয় কৰা অৱস্থাতে মহিলাগৰাকীক হত্যাৰ চেষ্টা।
  • ঘটনা সংঘটিত কৰা যুৱকজনক কৰায়ত্ত কৰে একাংশ স্থানীয় লোকে।
  • ইফালে, হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে মহিলাগৰাকীক।
  • ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীৰ আৰম্ভ কৰিছে তদন্ত।
  • আঘাতপ্রাপ্ত মহিলাগৰাকীৰ ঘৰ নুনমাটি শালবাৰী নিজৰাপাৰত বুলি জানিব পৰা গৈছে।
  • আক্রমণকাৰী যুৱকজনৰ ঘৰো নুনমাটিত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি