শেহতীয়া খবৰ
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অপমান কৰি বলিউদৰ সংগীত পৰিচালকৰ বিৰ্তকিত টুইট...  •  কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল...  •  উত্তৰ কামৰূপৰ একাংশ ৰাস মহোৎসৱস্থলীত মুকলি জুৱা... VIDEO  •  বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  জাতীয় নায়কে কেবৰ বিৰুদ্ধে মাত মাতি জাতিটোক ৰক্ষা কৰকঃ ওদালগুৰিত আছুৰ বিশাল জোঁৰ সমদল...  •  ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰী...  •  মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক...  •  শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...

বৃদ্ধি পালে চিলিণ্ডাৰৰ দাম…

869
  • পুনৰ বৃদ্ধি পালে চিলিণ্ডাৰৰ দাম।
  • প্ৰতিটো ঘৰুৱা ৰাজসাহায্যবিহীন চিলিণ্ডাৰত বৃদ্ধি পালে ৭৬.৫ টকাকৈ।
  • বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ১১৯ টকাকৈ।
  • শুকুৰবাৰৰে পৰা কাৰ্যকৰী হৈছে নতুন নিৰিখ।
  • বৰ্তমান ১৪.২ কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম ৬৮১.৫০ টকা।
  • বাণিজ্যিক চিলিণ্ডাৰৰ বৰ্তমান দাম হ’লগৈ ১২০৪ টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি