চতিয়াত পদ্ম হাজৰিকা আৰু বিহপুৰায়াত প্ৰেমধৰ বৰাৰ মনোনয়ন পত্ৰ দাখিল…

চতিয়াত পদ্ম হাজৰিকা আৰু বিহপুৰায়াত প্ৰেমধৰ বৰাৰ মনোনয়ন পত্ৰ দাখিল…
  • চতিয়া বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থি মনোনয়ন পত্ৰ দাখিল ।
  • যথেষ্ট সমৰ্থকৰ সৈতে মনোনয়ন দাখিল কৰে বিধায়ক গৰাকীয়ে ।
  • ৮৯ বছৰীয়া বৰ্ষীয়ান ৰাজনীতিক প্ৰেমধৰ বৰাই সোমবাৰে বিহপুৰীয়া সমষ্টিৰ পৰা মনোনয়ন দাখিল।কৰে।
  • এয়া বৰাৰ জীৱনৰ দ্বাদশ সংখ্যক মনোনয়ন দাখিল।
  • একালৰ শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাই কেইবাজনো বৰ্ষীয়ান লোকক লগত লৈ লখিমপুৰত মনোনয়ন দাখিল কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in