শেহতীয়া খবৰ
পাকিস্তানক উচিত শিক্ষা! আমেৰিকাই কৰ্তন কৰিলে আৰ্থিক সাহায্য...  •  একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ...  •  ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...

বাম্পাৰ অফাৰ! স্মাৰ্টফোনত ৪ হাজাৰ টকালৈকে ৰেহাই!…

1,150

ডিজিটেল ডেস্কঃএতিয়া ডিজিটেল যুগ। যুগৰ সৈতে খাপ খোৱাই চলিব পৰাকৈ এতিয়া সকলোৰে হাতত থাকে এটা স্মাৰ্টফোন। শেহতীয়াকৈ নকিয়া প্ৰতিষ্ঠানে স্মাৰ্টফোনৰ ক্ষেত্ৰত দিছে এক বিশেষ ৰেহাই। নকিয়াই ফ্ৰী গিফ্ট কাৰ্ড অফাৰৰ যোগেদি স্মাৰ্টফোনত প্ৰদান কৰিছে ৪ হাজাৰ টকালৈকে ৰেহাই।

নকিয়াই নিজৰ ৱেবচাইটত আৰম্ভ কৰা এই ‘Nokia mobile fan festival’  অফাৰ ইতিমধ্যে আৰম্ভ কৰিছে। ১৭ জুলাইৰ পৰা ২৫ জুলাইলৈকে থাকিব এই ৰেহাইৰ ম্যাদ। এই অফাৰত গ্ৰাহকে Nokia 6.1 Plus, Nokia 7.1 and Nokia 8.1  ফোন কেইটা ফ্ৰী গিফ্ট কাৰ্ড অফাৰৰ যোগেদি ৪০০০ হাজাৰ টকা লৈকে ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব। এই ফোন ক্ৰয় কৰাৰ সময়ত গ্ৰাহকে ‘FANFESTIVAL’ ক’ড ব্যৱহাৰ কৰিব লাগিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি