শেহতীয়া খবৰ
নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান  •  ৰাজপথত কুকুৰৰ মুখত নৱজাতক, চি চি টিভিত বন্দী হৈছে VIDEO  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল'গানৰ পৰা হেৰাল জাতি  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল

নয়ডাত ভয়ংকৰ ঘটনা! ভাঙি পৰা অট্টালিকাৰ তলত আৱদ্ধ বহু লোক…

308
  • নয়ডাত ভয়ংকৰ ঘটনা।
  • নয়ডাৰ নিটাৰী গাঁৱত ভাঙি পৰে এটা অট্টালিকা।
  • এই ঘটনাত গুৰুতৰভাৱে আহত ২জন।
  • ইফালে, বহু কেইজন এতিয়া আৱদ্ধ হৈ আছে অট্টালিকাটোৰ ধ্বংসস্তূপত।
  • উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি