নগাঁৱত ৰাইজৰে ধৰিলে চিলনী চোৰ..

নগাঁৱত ৰাইজৰে ধৰিলে চিলনী চোৰ..
  • নগাঁৱত ৰাইজৰ হাতত কৰায়ত্ত হ'ল চিলনী চোৰ৷
  • নগাঁও চামগুৰি বাছ আস্থানৰ সমীপত কৰায়ত্ত হয় চিলনী চোৰটো৷
  • এজন ব্যক্তিৰ পৰা টকাৰ বেগ থপিয়াই পলাবলৈ চেষ্টা কৰোতেই ৰাইজে কৰায়ত্ত কৰে চিলনী চোৰটোক৷
  • পাছত কাষতেই দায়িত্বত থকা যানবাহন আৰক্ষীক চমজাই দিয়ে চিলনী চোৰটোক৷
  • ধৃত চোৰটো হোজাই জিলাৰ ফাইজুল কবিৰ৷
  • ফাইজুৰৰ পৰা জব্দ কৰিছে এ এছ ৩১ ৪৫০৩ নম্বৰৰ এখন পালচাৰ মটৰ চাইকেল৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in