কৃৰ্তি ছাত্ৰীক সম্বৰ্ধনা বিধায়ক ৰূপক শৰ্মাৰ…

কৃৰ্তি ছাত্ৰীক সম্বৰ্ধনা বিধায়ক ৰূপক শৰ্মাৰ…

ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ বৰপাথৰি ঘূৰীয়া গাৱঁৰ বন্নি বৰবৰাই আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত কৃৰ্তিত্ব লাভ কৰিছে ৷ মাষ্টাৰ অব লাইবেৰী এণ্ড ইনফৰ্মেশ্যন চাইঞ্চত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিছে বন্নিয়ে৷ নবেম্বৰত ঘোষিত স্নাতকোত্তৰ পৰীক্ষাত বন্নি বৰবৰাই এই সফলতা লাভ কৰিছে ৷ শিলচৰ অসম বিশ্ব বিদ্যালয়ত অধ্যয়ন কৰা বন্নিয়ে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি সোনৰ পদক আজুৰিবলৈ সক্ষম হৈছে ৷ নগাঁৱৰ বৰপাথৰি ঘূৰীয়া গাৱঁৰ মুন্নি বৰবৰাৰ পিতৃ ডিম্বেশ্বৰ বৰবৰা আৰু মাতৃ চন্দ্ৰমা বৰুৱা বৰবৰা ৷ ছাত্ৰী গৰাকীৰ এই কৃতিত্বৰ বাবে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সম্বৰ্ধনা জনাই৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in