শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

ইছৰ’ৰ বৈজ্ঞানিকে ‘বিক্ৰম’ লেণ্ডাৰৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাৰ পূৰ্ণ সম্ভাৱনা আছেঃ নবেল বঁটা প্ৰাপক সৰ্জে হৰোশ…

1,239

ডিজিটেল ডেস্কঃ নবেল বঁটা প্ৰাপক সৰ্জে হৰোশে বুধবাৰে কয় যে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ বৈজ্ঞানিসকলে চন্দ্ৰযান-২ৰ লেণ্ডাৰৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে তেওঁ কয়- বিজ্ঞানে আমাক প্ৰায়ে আচৰিত কৰে। কেতিয়াবা সফলতা লাভ কৰা হয় আৰু কেতিয়াবা বিফলতা।

‘নবেল প্ৰাইজ ছিৰিজ ইণ্ডিয়া ২০১৯’ সমাৰোহত তেওঁ কয়- ‘মই নাজানে বিক্ৰম লেণ্ডাৰৰ সৈতে কি সমস্যা দেখি দিছে। কিন্তু ইছৰ’ৰ বৈজ্ঞানিকসকলে এই সমস্যাৰ সমাধান কৰিব পাৰিব।’ ২০১২চনত নবেল বঁটা লাভ কৰা হৰোশে কয় যে, ‘বিজ্ঞান এক এনে বিষয় য’ত আপুনি ফলাফলৰ সন্দৰ্ভত অজ্ঞাত। কেতিয়াবা ফলাফল আপুনি বিচৰা ধৰণে হয় আৰু কেতিয়া নহয়।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি