ন’বেল বঁটা লাভ কৰাৰ পাছত অভিজিৎ বেনাৰ্জীৰ মাতৃয়ে ক’লে…

ন’বেল বঁটা লাভ কৰাৰ পাছত অভিজিৎ বেনাৰ্জীৰ মাতৃয়ে ক’লে…

ডিজিটেল ডেস্কঃ ভাৰতৰ অধিবক্তা অভিজিৎ বেনাৰ্জী, এস্তৰ ডফলো আৰু মাইকেলক্ৰেমৰক প্ৰদান কৰা হৈছে আৰ্থশাস্ত্ৰৰ ন'বেল বঁটা। এই সন্দৰ্ভত এজন বিষয়াই সদৰীকৰিছে যে, ১৯৬১চনত মুম্বাইত জন্মগ্ৰহণ কৰিছিল অভিজিৎ বেনাৰ্জীয়ে। তেওঁ হাৱাৰ্ডবিশ্ববিদ্যালয়ত পি এই ডি ডিগ্ৰীগ্ৰহণ কৰে। আৰু এতিয়া তেওঁ মেচাছেটছ ইনষ্টিটিউট অৱটেকন'লজীত আৰ্থশাস্ত্ৰ বিষয়তঅধিবক্তা ৰূপে কাৰ্য নিৰ্বাহ কৰি আছে।

অভিজিৎ বেনাৰ্জীয়ে অৰ্থশাস্ত্ৰৰন'বেল বঁটা লাভ কৰাটো প্ৰতিজন ভাৰতীয়ৰ বাবেই গৌৰৱৰ কথা। অভিজিৎ বেনাৰ্জীক ন'বেলবঁটা প্ৰদান কৰা সন্দৰ্ভত তেওঁৰ মাতৃ নিৰ্মলা বেনাৰ্জীৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিছিলসংবাদমাধ্যমে। তাৰপাছত তেওঁৰ মাতৃয়ে কয়- 'মই বহু সুখী। আৰু এইটো পৰিয়ালৰ প্ৰতিজনলোকৰ বাবেই সুখবৰ।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in