শেহতীয়া খবৰ
ঝাৰখণ্ডত আৰক্ষীৰে সংঘৰ্ষত ৩ নক্সালবাদীৰ মৃত্যু... • "কোৰোনাই নামাৰে, আমি খাবলৈ নাপাইহে মৰি থাকিম, আমাক ৰক্ষা কৰক", কোৱাৰেন্টাইন চেন্টাৰত থকা যুৱকে কিয় ক'লে এনেকৈ, VIDEO • অসমৰ আকাশত ওলোটা ৰামধেনু, অশনি সংকেত বুলি ছ'চিয়েল মিডিয়াত চৰ্চা, প্ৰকৃততে কিয় ওলোটাকৈ ওলাই ৰামধেনু • হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডঃ পলাতক খবিৰউদ্দিন আহমেদক গ্ৰেপ্তাৰ... • ৰাজ্যত পুনৰ ১৫ জন নতুন কোৰোনা ৰোগী চিনাক্ত • ৰুদ্ৰ ৰূপ লৈছে কপিলীয়ে, ছিঙিলে ২ টা মথাউৰি, বাসগৃহৰ ভিতৰতো সোমাল পানী, VIDEO • ভয়ংকৰ দৃশ্য! আপুনি পূৰ্বে নেদেখা বিস্ফোৰণ প্ৰত্যক্ষ কৰক, VIDEO • ভাৰতত কোৰোনাৰ সন্ত্ৰাস অব্যাহত, বিগত ২৪ ঘন্টাত মৃত্যু ১৯৪ গৰাকীৰ, আক্ৰান্ত ৬,৫৬৬... • নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতঃ আৰক্ষীয়ে বৃহস্পতিবাৰে ৫৩৬ বিদেশী নাগৰিকৰ বিৰুদ্ধে দাখিল কৰিব ১২খন চাৰ্জশ্বীট • ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৫৩৪ জনলৈ বৃদ্ধি

২০১৯ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল পুৰষ্কাৰ ঘোষণা…

885
  • ২০১৯ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল পুৰষ্কাৰ ঘোষণা কৰা হয় সোমবাৰে।
  • ৩ জন বিশিষ্ট চিকিৎসক বিজ্ঞানীক যুটীয়াভাৱে প্ৰদান কৰা হৈছে এইবাৰৰ চিকিৎসা বিজ্ঞানৰ নোবেল পুৰষ্কাৰ।
  • William G. Kaelin Jr, Sir Peter J. Ratcliffe আৰু Gregg L. Semenzaলৈ আগবঢ়োৱা হৈছে এই পুৰষ্কাৰ।
  • প্ৰাণীৰ শৰীৰৰ কোষে কি প্ৰক্ৰিয়াৰে অক্সিজেন গ্ৰহণ কৰে তাক লৈ চলোৱা গৱেষণাৰ বাবে তিনিওলৈ আগবঢ়োৱা হৈছে এই পুৰষ্কাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি