প্ৰশাসনৰ কঠোৰ আদেশ, বিয়লি ৫ বজাৰ পৰা গুৱাহাটীত নাপাব সুৰা

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • কামৰূপ মহানগৰ জিলাৰ সুৰাপায়ীসকলৰ বাবে বেয়া খবৰ।
  • দেওবাৰৰ পৰা ৩ দিনলৈ নাপাব সুৰা।
  • মঙলবাৰৰ বিয়লি ৫ বজালৈকে বন্ধ থাকিব সুৰাৰ প্ৰচলন।
  • লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা হৈছে ড্ৰাই ডে'।
  • এই সময়ছোৱাত বন্ধ থাকিব সুৰাৰ প্ৰচলন আৰু বিক্ৰী।
  • ২৩ এপ্ৰিলত গুৱাহাটী লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in