ৰাজ্যত শনি-দেওঁবাৰে নাথাকিব সাপ্তাহিক লকডাউন,প্ৰত্যাহাৰ নৈশ সান্ধ্য আইন…

ৰাজ্যত শনি-দেওঁবাৰে নাথাকিব সাপ্তাহিক লকডাউন,প্ৰত্যাহাৰ নৈশ সান্ধ্য আইন…
  • শনিবাৰৰ পৰা নাথাকিব সাপ্তাহিক লকডাউন ।
  • সাপ্তাহিক লকডাউনৰ লগতে প্ৰত্যাহাৰ নৈশ সান্ধ্য আইন ।
  • ৰাজ্যৰ জনসাধৰণক কোভিড প্ৰ'টকল মানি চলিবলৈ আহ্বান ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ।
  • টুইটাৰ যোগে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জনালে এই কথা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in