নিষিদ্ধ প্ৰতিবাদ, কিয়নো আহিব প্ৰধানমন্ত্ৰী…

নিষিদ্ধ প্ৰতিবাদ, কিয়নো আহিব প্ৰধানমন্ত্ৰী…
  • প্ৰধানমন্ত্ৰীৰ আগমন উপলক্ষে সমগ্ৰ গুৱাহাটীত জাৰি কৰা হৈছে ১৪৪ ধাৰা।
  • প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাত এই ধাৰা জাৰি।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন, প্ৰতিবাদ সাব্যস্ত হোৱাৰ আশংকা।
  • প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে দল-সংগঠনক শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান আৰক্ষী আয়ুক্তৰ।
  • কোনো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বিচাৰিলে তাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ সকিয়নী।
  •  প্ৰতিকৃতি দাহ বা আন প্ৰতিবাদ কৰিলে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in