শেহতীয়া খবৰ
প্লিজ প্লিজ প্লিজ... এনে নকৰিবাঃ ৰিপুন বৰা... EXCLUSIVE  •  ড্ৰাগছ প্ৰস্তুতকাৰী কাৰখানা উৎখাত, মণিপুৰত ১৬৬ কোটি টকাৰ হেৰইন জব্দ...  •  অনুষ্ঠানৰ মাজতে ভূটানৰ সাংসদক প্ৰধানমন্ত্ৰী মোডীয়ে দিলে ভুকু! চাওক VIDEO  •  অতি সংকটজনক প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ অৱস্থা...  •  মাতৃক লৈ আধুনিক যুগৰ শ্ৰৱণ কুমাৰ উপস্থিত বৰপেটাত, দৰ্শন কৰিলে বৰপেটা সত্ৰ...  •  ভয়ংকৰ ঘটনা! দিনদুপৰতে ভাতৃসহ সাংবাদিকক গুলীয়াই হত্যা...  •  লামডিঙত পথৰ ওপৰতেই গছ পুলি ৰুই প্ৰতিবাদ সাব্যস্ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ...  •  ৰঙামাটিত ৰাইজে আৱদ্ধ কৰি আৰক্ষীক চমজালে বৃহৎ পৰিমানৰ লালীগুড়...  •  নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস-নৱাগত আদৰণী সভাত ড° বিৰিঞ্চি কুমাৰ দাস...  •  সৰুপথাৰত তিনিশ অগপ-কংগ্ৰেছ নেতা কৰ্মী বিজেপিত যোগদান...

নিষিদ্ধ প্ৰতিবাদ, কিয়নো আহিব প্ৰধানমন্ত্ৰী…

613
  • প্ৰধানমন্ত্ৰীৰ আগমন উপলক্ষে সমগ্ৰ গুৱাহাটীত জাৰি কৰা হৈছে ১৪৪ ধাৰা।
  • প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাত এই ধাৰা জাৰি।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন, প্ৰতিবাদ সাব্যস্ত হোৱাৰ আশংকা।
  • প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে দল-সংগঠনক শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান আৰক্ষী আয়ুক্তৰ।
  • কোনো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বিচাৰিলে তাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ সকিয়নী।
  •  প্ৰতিকৃতি দাহ বা আন প্ৰতিবাদ কৰিলে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি