শেহতীয়া খবৰ
আকৌ আহি আছে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ঃ প্ৰতিবাদত উত্তাল হ’ব উত্তৰ-পূব, চানমাৰীত কৃষক মুক্তিৰ মানৱ শৃংখল…  •  আকৌ আহি আছে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ঃ প্ৰতিবাদত উত্তাল হ’ব উত্তৰ-পূব, চানমাৰীত কৃষক মুক্তিৰ মানৱ শৃংখল…  •  সংসদ ভৱনৰ দিশে আগবাঢ়িছে জে এন ইউৰ প্ৰতিবাদী মিছিল...  •  সংসদৰ শীতকালীন অধিবেশন আৰম্ভ...  •  ৰঞ্জন গগৈৰ উত্তৰাধিকাৰী, দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডে কোন…  •  সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে... চাওঁক VIDEO  •  দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই, চাওক VIDEO  •  অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা, দলঙৰ তলত উদ্ধাৰ মৃতদেহ...  •  পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন

আজি ফেচবুকত নকৰিব বিতৰ্কিত মন্তব্য…

467
  • অয়োধ্যা বিবাদমান গোচৰৰ সন্দৰ্ভত ফেচবুকত নকৰিব কোনো বিতৰ্কিত মন্তব্য।
  • ছ’চিয়েল মিডিয়াত কোনো লোকে এই গোচৰৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিলে আৰক্ষীয়ে ল’ব কঠোৰ ব্যৱস্থা।
  • ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কোনো আপত্তিজনক মন্তব্য কৰিলে হ’ব গ্ৰেপ্তাৰ।
  • দেশৰ বিভিন্ন প্ৰান্তৰ লগতে এই সন্দৰ্ভত চোকা নজৰ ৰাখিছে অসম আৰক্ষীয়েও।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি