আজি ক’ত ক’ত আছে NO PARKING জানি থওক, নহলে ভৰিব লাগিব জৰিমনা..

আজি ক’ত ক’ত আছে NO PARKING জানি থওক, নহলে ভৰিব লাগিব জৰিমনা..
  • বিজয়া দশমীৰ প্ৰতি লক্ষ্য ৰাখি আজি গুৱাহাটীৰ বহু স্থানত যান-বাহনৰ পাৰ্কিং নিষিদ্ধ কৰা হৈছে।
  • এম এছ ৰোড, টি আৰ পি ৰোড, এইচ বি ৰোডত পাৰ্কিং নিষিদ্ধ।
  • এম চি ৰোড, এফ চি ৰোড, এম আৰ ডি ৰোডত পাৰ্কিং নিষিদ্ধ।
  • এম এল এন ৰোড, এম জি ৰোড, বি বৰুৱা ৰোডত পাৰ্কিং নিষিদ্ধ।
  • জি এম বি ৰোড, জি এছ ৰোড, আৰ জি বৰুৱা ৰোডত পাৰ্কিং নিষিদ্ধ।

ক'ত কৰিব পাৰিব পাৰ্কিংঃ

  • এ আৰ পি ৰোড
  • ড০ জে চি দাস ৰোড
  • এছ এছ ৰোড
  • এছ আৰ চি ডি
  • ভৰলুমুখ আৰু শান্তিপুৰৰ দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব এম জি ৰোডৰ এপ'ল পইণ্টৰ পৰা এফএ ৰোডৰ মাজৰ অঞ্চল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in