শেহতীয়া খবৰ
পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ  •  মৃত্যু নহয়! বন বিভাগে হত্যা কৰিলে কৃষ্ণক...  •  ৫ কোটি টকীয়া ঢকুৱাখনা নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  •  চাবোনৰ কেচত ভৰাই ৰাখিছিল ৩০ লাখ টকাৰ হেৰোইন, কাছাৰত ৱাইন শ্বপৰ গৰাকীক আটক  •  ৮ জানুৱাৰীৰ পৰা অষ্টম বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

আজি ক’ত ক’ত আছে NO PARKING জানি থওক, নহলে ভৰিব লাগিব জৰিমনা..

294
  • বিজয়া দশমীৰ প্ৰতি লক্ষ্য ৰাখি আজি গুৱাহাটীৰ বহু স্থানত যান-বাহনৰ পাৰ্কিং নিষিদ্ধ কৰা হৈছে।
  • এম এছ ৰোড, টি আৰ পি ৰোড, এইচ বি ৰোডত পাৰ্কিং নিষিদ্ধ।
  • এম চি ৰোড, এফ চি ৰোড, এম আৰ ডি ৰোডত পাৰ্কিং নিষিদ্ধ।
  • এম এল এন ৰোড, এম জি ৰোড, বি বৰুৱা ৰোডত পাৰ্কিং নিষিদ্ধ।
  • জি এম বি ৰোড, জি এছ ৰোড, আৰ জি বৰুৱা ৰোডত পাৰ্কিং নিষিদ্ধ।

ক’ত কৰিব পাৰিব পাৰ্কিংঃ

  • এ আৰ পি ৰোড
  • ড০ জে চি দাস ৰোড
  • এছ এছ ৰোড
  • এছ আৰ চি ডি
  • ভৰলুমুখ আৰু শান্তিপুৰৰ দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব এম জি ৰোডৰ এপ’ল পইণ্টৰ পৰা এফএ ৰোডৰ মাজৰ অঞ্চল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি