বঢ়মপুৰ সমষ্টিত ভোটাৰ তালিকাত নাম নাই ডেৰ শতাধিকৰ, উত্তপ্ত পৰিস্থিতি

বঢ়মপুৰ সমষ্টিত ভোটাৰ তালিকাত নাম নাই ডেৰ শতাধিকৰ, উত্তপ্ত পৰিস্থিতি
  • বঢ়মপুৰ সমষ্টিৰ নামবৰ লালুংগাঁও পঞ্চায়তত ভোটাৰ তালিকাত বিসংগতি।
  • নামবৰ লালুংগাঁও প্ৰাথমিক বিদ্যালয়ৰ পূৱ আৰু পশ্চিম কেন্দ্ৰত প্ৰায় ডেৰ শতাধিক ভোটাৰৰ নাম নহাৰ অভিযোগ।
  • ভোটাৰ তালিকাত নাম নাই এইসকল লোকৰ।
  • ভোটাৰ তালিকাত নাম নহাত ক্ষোভিত হৈ পৰিছে লোকসকল।
  • প্ৰতিবাদৰ হুংকাৰ তিৱা ছাত্ৰ সন্থাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in