শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

বিগত ৬ মাহত ভাৰত-চীন সীমান্তত কোনো অনুপ্ৰবেশ হোৱা নাই : কেন্দ্ৰীয় চৰকাৰ

120

ডিজিটেল ডেস্ক : পূব লাডাখৰ সীমাক লৈ ভাৰত আৰু চীনৰ মাজত ক্ৰমাগত ভাবে উত্তেজনা আৰ চীনৰ প্ৰতি স্থিতাবস্থা প্ৰদৰ্শনৰ বাবে বুধবাৰে সংসদত কেন্দ্ৰীয় চৰকাৰে কয় বিগত ছয় মাহত ভাৰত চীন সীমান্তত কোনো অনুপ্ৰবেশ ঘটা নাই ।

ৰাজ্যসভাত বিজেপি সাংসদ অনিল আগৰবালৰ প্ৰশ্নত এনেদৰে কয় কেন্দ্ৰীয় চৰকাৰে । সাংসদ জনে বিগত সময়ত লাডাখ সীমান্ত কোনো অনুপ্ৰবেশ হৈছে নেকি আৰু এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহন কৰা হৈছে । এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে লিখিত উত্তৰ দিয়ে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি