বিগত ৬ মাহত ভাৰত-চীন সীমান্তত কোনো অনুপ্ৰবেশ হোৱা নাই : কেন্দ্ৰীয় চৰকাৰ

বিগত ৬ মাহত ভাৰত-চীন সীমান্তত কোনো অনুপ্ৰবেশ হোৱা নাই : কেন্দ্ৰীয় চৰকাৰ

ডিজিটেল ডেস্ক : পূব লাডাখৰ সীমাক লৈ ভাৰত আৰু চীনৰ মাজত ক্ৰমাগত ভাবে উত্তেজনা আৰ চীনৰ প্ৰতি স্থিতাবস্থা প্ৰদৰ্শনৰ বাবে বুধবাৰে সংসদত কেন্দ্ৰীয় চৰকাৰে কয় বিগত ছয় মাহত ভাৰত চীন সীমান্তত কোনো অনুপ্ৰবেশ ঘটা নাই ।

ৰাজ্যসভাত বিজেপি সাংসদ অনিল আগৰবালৰ প্ৰশ্নত এনেদৰে কয় কেন্দ্ৰীয় চৰকাৰে । সাংসদ জনে বিগত সময়ত লাডাখ সীমান্ত কোনো অনুপ্ৰবেশ হৈছে নেকি আৰু এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহন কৰা হৈছে । এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে লিখিত উত্তৰ দিয়ে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in