মৃত্যু হোৱা নাই বগীবিল দলঙৰ ওপৰত তীব্ৰবেগী বাহনে মহতিয়াই নিয়া শিশুটিৰ

মৃত্যু হোৱা নাই বগীবিল দলঙৰ ওপৰত তীব্ৰবেগী বাহনে মহতিয়াই নিয়া শিশুটিৰ
  • বগীবিলৰ পৰা আহিছে সুখবৰ৷
  • মৃত্যু হোৱা নাই বগীবিল দলঙৰ ওপৰত তীব্ৰবেগী বাহনে মহতিয়াই নিয়া শিশুটিৰ৷
  • শিশুটি বৰ্তমান ডিব্ৰুগড়ৰ এখন নাৰ্ছিং হোমৰ আই চি ইউত চিকিৎসাধীন৷
  • গুৰুতৰভাৱে আহত হোৱা শিশুটিৰ ঘৰ তিনিচুকীয়াৰ বাঘজানত৷
  • শিশুটিৰ নাম সৌৰভ মৰাণ৷
  • আনহাতে বগীবিলৰ সমীপৰ কোলাজানত সংঘটিত হোৱা দুৰ্ঘটনাত মৃত্যু হৈছে এটি শিশুৰ৷
  • শিশুটিৰ নাম জন পামে৷
  • এ এম চি এইছলৈ নিয়াৰ পথত মৃত্যু হয় শিশুটিৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in