ভাল খবৰঃ নিজামুদ্দিনলৈ যোৱা শিৱসাগৰৰ ৮ আৰু লখিমপুৰৰ ৫ গৰাকী ব্যক্তিৰ দেহত নাই কোভিড-১৯ৰ অৱস্থিতি…

ভাল খবৰঃ নিজামুদ্দিনলৈ যোৱা শিৱসাগৰৰ ৮ আৰু লখিমপুৰৰ  ৫ গৰাকী ব্যক্তিৰ দেহত নাই কোভিড-১৯ৰ অৱস্থিতি…
  • এটা ভাল খবৰ, শিৱসাগৰ জিলাত ৩৭ গৰাকী লোকৰ কোভিড-১৯ৰ পৰীক্ষাত ফলাফল আহিছে নিগেটিভ।
  • ইয়াৰে ৮ গৰাকী ব্যক্তি কিছুদিনৰ পূৰ্বে অংশ লৈছিল নিজামুদ্দিন দৰগাহৰ মাৰ্কাজত।
  • ইফালে নিজামুদ্দিন দৰগাহলৈ যোৱা লখিমপুৰ ৫ গৰাকী ব্যক্তিৰ দেহটো নাই কোৰোনা ভাইৰাছৰ অৱস্থিতি।
  • বৃহস্পতিবাৰে সন্ধিয়াভাগত স্বাস্থ্যবিভাগে সদৰি কৰে এই কথা।
  • উল্লেখ্য যে, বৰ্তমান লৈকে অসমত কোৰোনাত আক্ৰান্ত হোৱা ১৬ গৰাকী ব্যক্তিয়েই নিজামুদ্দিন দৰগাহৰ মাৰ্কাজত অংশ লৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in