শেহতীয়া খবৰ
ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল'গানৰ পৰা হেৰাল জাতি  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ

গোলাঘাট হেমপ্ৰভা বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ শ্ৰেনীবৰ্জন

50
  • জাতিৰ সংকতৰ সময়ত সকলো মহাবিদ্যালয়ে ৰূপায়ণৰ কৰিছে অনিদিষ্টকালীন শ্ৰেনী বৰ্জন।
  • গোলাঘাট হেমপ্ৰভা বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ চৌহদত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদ।
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভা সিদ্ধান্তক সন্মান জনাই তেওঁলোকে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
  • গোলাঘাট হেমপ্ৰভা বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই এক প্ৰেছ বিবৃত্তিৰ জৰিয়তে সদৰি কৰিছে এই কথা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি