গোলাঘাট হেমপ্ৰভা বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ শ্ৰেনীবৰ্জন

গোলাঘাট হেমপ্ৰভা বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ শ্ৰেনীবৰ্জন
  • জাতিৰ সংকতৰ সময়ত সকলো মহাবিদ্যালয়ে ৰূপায়ণৰ কৰিছে অনিদিষ্টকালীন শ্ৰেনী বৰ্জন।
  • গোলাঘাট হেমপ্ৰভা বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ চৌহদত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদ।
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভা সিদ্ধান্তক সন্মান জনাই তেওঁলোকে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
  • গোলাঘাট হেমপ্ৰভা বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই এক প্ৰেছ বিবৃত্তিৰ জৰিয়তে সদৰি কৰিছে এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in