শেহতীয়া খবৰ
ৰাজ্যৰ ৪ সমষ্টিত ৫৪ প্ৰাৰ্থীৰ মাজত অন্তিম নিৰ্বাচনী যুঁজ...  •  জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখেত গৈ থকা অৱস্থাত ট্ৰাকত অগ্নিকাণ্ড...  •  কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীৰ গুণ গালে যুৱকে, চাওঁক VIDEO  •  কৰিমগঞ্জৰ ৪টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ...  •  দক্ষিণ দিল্লীত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল...  •  ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ফিলিপিন্স...  •  মাৰ্ঘেৰিটাত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি, VIDEO  •  বেংকৰ টকা লুটি কোনোবা যদি পলাব খোজে, তেন্তে ধৰি বান্ধি ঘূৰাই অনা হ’বঃ প্ৰধানমন্ত্ৰী মোডী  •  জম্মু-কাশ্মীৰত বাহনসহ ২ দুৰ্বৃত্তক আটক  •  আজিলৈকে মই চুলিৰ চকীদাৰহে আছিলো, এতিয়াৰে পৰা দেশৰ চকীদাৰঃ যাৱেদ হাবিব

আজি খোলা থাকিব সকলো বেংক

484
  • দেওবাৰে খোলা থাকিব সকলো বেংক।
  • সকলো বেংক খোলা ৰাখিবলৈ ৰিজাৰ্ভ বেংকে জাৰি কৰিছে নিৰ্দেশ।
  • দেওবাৰ অর্থাৎ ৩১ মাৰ্চ চলিত বিত্তীয় বৰ্ষৰ অন্তিমটো দিন।
  • ৩১ মাৰ্চৰ দিনটোত যথেষ্ট লেন-দেন হয় বেংকত।
  • দেওবাৰ হোৱাৰ বাবে বেংক খোলা ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে ৰিজাৰ্ভ বেংকে।
  • বেংক কৰ্তৃপক্ষক বেংকৰ শাখাসমূহ খোলা ৰাখিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি