শেহতীয়া খবৰ
লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ  •  মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল  •  লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন  •  মুখ্যমন্ত্ৰীক লগত লৈ যোৰহাটত মনোনয়ন তপন গগৈৰ  •  যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে মন্টু দত্তৰ অৰ্ধ উলংগ প্ৰতিবাদ...  •  আদালতৰ ক্লিন শ্বীটৰ পাছতেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে ৰাজেন গোহাঁয়ে...

অসম বিশ্ববিদ্যালয়ৰ চৌহদত ধৰ্ণা-প্ৰতিবাদ নিষিদ্ধ

330
  • শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ চৌহদত ধৰ্ণা-প্ৰতিবাদ নিষিদ্ধ।
  • কৰ্তৃপক্ষৰ অনুমতি অবিহনে ধৰ্ণা, প্ৰতিবাদত নিষেধাজ্ঞা।
  • অসম বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোদ্ধে প্ৰতিবাদ কৰাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছতে এই ঘোষণা।
  • বৰাকৰ বিজেপি নেতা প্ৰদীপ দত্ত ৰায়ে কৰা মন্তব্যক লৈ ৰাজ্যত সৃষ্টি হৈছিল প্ৰতিবাদৰ।

  • শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিছে নিৰ্দেশনা।
  • নিৰ্দেশনা ভংগ কৰিলে উচিত ব্যৱস্থা গ্ৰহণ কৰিব কৰ্তৃপক্ষই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি