বুধবাৰে গুৱাহাটীত আত্মসমৰ্পণ কৰিব উগ্ৰপন্থী সংগঠনে…

বুধবাৰে গুৱাহাটীত আত্মসমৰ্পণ কৰিব উগ্ৰপন্থী সংগঠনে…
  • বুধবাৰে আত্মসমৰ্পণ কৰিব NLFB নামৰ উগ্ৰপন্থী সংগঠনটোৱে।
  • সংগঠনটোৰ প্ৰায় ৩০০ কেডাৰে আত্মসমৰ্পণ কৰিব বুলি জানিব পৰা গৈছে।
  • গুৱাহাটীলৈ আনি থকা হৈছে সংগঠনটোৰ কেডাৰসকলক।
  • ওদালগুৰি প্ৰশাসনে গুৱাহাটীলৈ আনি আছে আত্মসমৰ্পণ কৰিবলগীয়া কেডাৰসকলক।
  • মহানগৰীত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত আত্মসমৰ্পণ কৰিব কেডাৰসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in