যুৱ অলিম্পিক: টাইকোৱানডোত সোণৰ পদক লাভ নিচান্ত সিঙৰ…

যুৱ অলিম্পিক: টাইকোৱানডোত সোণৰ পদক লাভ নিচান্ত সিঙৰ…

ডিজিটেল ডেস্ক: অসম যুৱ অলিম্পিকৰ টাইকোৱানডোৰ ৭৮ কেজি শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় গুৱাহাটীৰ খৈদংবাম সৈতেন্দ্ৰ সিং হাজাৰীৰ পুত্ৰ নিচান্ত সিং হাজাৰীয়ে।

নিচান্ত চাউথ পইন্ট গুৱাহাটীৰ ছাত্ৰ। লগতে তেওঁৰ টাইকোৱানডোৰ শিক্ষা লাভ কৰিছে জিওনচা টাইকোৱাণ্ডো একাডেমীৰ পৰা। উল্লেখ্য যে, নিচান্ত গুৱাহাটীৰ গড়চুকৰ বাসিন্দা। নিচান্তৰ এই সাফল্যত গৌৰৱান্বিত পিতৃ-মাতৃ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in