দেশৰ সকলো কেন্দ্ৰীয় শাসিত অঞ্চলত ব্যক্তিগতকৰণ হ’ব বিজুলি বিতৰণ কোম্পানী…

দেশৰ সকলো কেন্দ্ৰীয় শাসিত অঞ্চলত ব্যক্তিগতকৰণ হ’ব বিজুলি বিতৰণ কোম্পানী…
  • বিজুলি বিতৰণ কোম্পানী প্ৰসংগত কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ ঘোষণা।
  • কেন্দ্ৰীয় শাসিত ৰাজ্যবোৰত সকলো বিজুলি বিতৰণ কোম্পানী ব্যক্তিগতকৰণ কৰা হ'ব।
  • ইয়াৰ জৰিয়তে গ্ৰাহকে পৰ্যাপ্ত পৰিমাণে বিদ্যুত লাভ কৰাৰ কথা ক'লে বিত্তমন্ত্ৰীয়ে।
  • কোম্পানীসমূহে সন্মুখীন হোৱা লোকচানৰ ভাৰ যাতে গ্ৰাহকে ল'ব নালাগে তাৰ বাবেও কেন্দ্ৰই ব্যৱস্থা।
  • সমগ্ৰ দেশতে স্মাৰ্ট প্ৰিপেইড মিটাৰ ব্যৱস্থা কৰিব কেন্দ্ৰই।
  • আগন্তুক সময়ত দেশত বিজুলি উতপাদনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in