ভাৰতে নিজ দেশতে নিৰ্মাণ কৰিব অস্ত্ৰ-শস্ত্ৰ, সুকীয়াকৈ বাজেট ধাৰ্য কৰাৰ সিদ্ধান্ত…

ভাৰতে নিজ দেশতে নিৰ্মাণ কৰিব অস্ত্ৰ-শস্ত্ৰ, সুকীয়াকৈ বাজেট ধাৰ্য কৰাৰ সিদ্ধান্ত…
  • প্ৰতিৰক্ষা ক্ষেত্ৰ শক্তিশালী কৰাৰ বাবে অধিক গুৰুত্ব দিয়া হ'ব আগন্তুক সময়ত।
  • প্ৰতিৰক্ষা বিভাগৰ মেক ইন ইণ্ডিয়া পদ্ধতিৰে উন্নয়ন সাধন কৰা হ'ব।
  • সেনাক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা হ'ব।
  • সকলো অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ বাবে স্বদেশী প্ৰতিষ্ঠানক গুৰুত্ব দিয়া হ'ব।
  • প্ৰতিৰক্ষা ক্ষেত্ৰৰ স্বদেশী সামগ্ৰী ক্ৰয়ৰ বাবে পৃথককৈ বাজেট ধাৰ্য কৰা হ'ব।
  • প্ৰতিৰক্ষাৰ বাবে উতপাদিত বিভিন্ন সা-সামগ্ৰীৰ ক্ষেত্ৰত এফডিএই ৪৯-৭৪ শতাংশলৈ বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in