শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ...  •  সঁচা কথা লুকাই নাথাকে! দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ...  •  গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন...  •  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি "সেৱা সপ্তাহ" উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান...  •  ভাৰত-নাগা সংঘাতৰ মিমাংসাত অন্তৰ্ভূক্ত হ’ব লাগিব নগাৰ পতাকা আৰু সংবিধানৰ বিষয়: এন এছ চি এন (আই এম)  •  নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...  •  অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত... VIDEO

ভাৰতে নিজ দেশতে নিৰ্মাণ কৰিব অস্ত্ৰ-শস্ত্ৰ, সুকীয়াকৈ বাজেট ধাৰ্য কৰাৰ সিদ্ধান্ত…

523
  • প্ৰতিৰক্ষা ক্ষেত্ৰ শক্তিশালী কৰাৰ বাবে অধিক গুৰুত্ব দিয়া হ’ব আগন্তুক সময়ত।
  • প্ৰতিৰক্ষা বিভাগৰ মেক ইন ইণ্ডিয়া পদ্ধতিৰে উন্নয়ন সাধন কৰা হ’ব।
  • সেনাক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা হ’ব।
  • সকলো অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ বাবে স্বদেশী প্ৰতিষ্ঠানক গুৰুত্ব দিয়া হ’ব।
  • প্ৰতিৰক্ষা ক্ষেত্ৰৰ স্বদেশী সামগ্ৰী ক্ৰয়ৰ বাবে পৃথককৈ বাজেট ধাৰ্য কৰা হ’ব।
  • প্ৰতিৰক্ষাৰ বাবে উতপাদিত বিভিন্ন সা-সামগ্ৰীৰ ক্ষেত্ৰত এফডিএই ৪৯-৭৪ শতাংশলৈ বৃদ্ধি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি